পণ্যের বিবরণ
ন্যুত্ৰিছাৰ্জ এচ 5 (Nutricharge S5)হৈছে এটা 100 শতাংশ নিৰামিষ, নৰম কেপচুল । এইকেপচুলত 200 এম জি(200 mg) নীজেলা সাতিভা ,150 এম জি(150 mg) অকিমাম (তুলসী) মিশ্ৰণ ( অকিমাম বেচিলিয়াম,অকিমাম চেংটামৰ পৰা উৎস ,অকিমাম গৃতিচিমূম),100 এম জি (100 mg) আজাদিৰছতা ইন্ডিকা,( নিম) 25 এম জি(25 mg) এলো বাৰ্বাদেঞ্চিছ ( এলো ভেৰা উৎস ) আৰু 10 এম জি(10 mg) মেণ্ঠা (স্পেয়াৰমিন্ট)
ন্যুত্ৰিছাৰ্জ এচ 5 (Nutricharge S5) গ্ৰহন কৰা খুবেই সহজ আৰু সুবিধাজনক।
ন্যুত্ৰিছাৰ্জ এচ 5 (Nutricharge S5) 30টা কেপচুলৰ এটি গ্ৰাহকে সহজ ভাবে ব্যৱহাৰ কৰিব পৰা পেকত পোৱা যায়।
কোনে গ্ৰহণ কৰিব পাৰে।
সকলো 18 বছৰৰ বেছি বয়সৰ প্ৰাপ্ত বয়স্ক লোক।
Dosage: প্ৰতিদিনে ৰাতি আহাৰ খোৱাৰ পিছত ন্যুত্ৰিছাৰ্জ এচ 5 (Nutricharge S5) ৰ এটা কেপচুল গ্ৰহণ কৰিব লাগে।ইয়াক প্ৰতিদিনে একেটা সময়তে গ্ৰহণ কৰিব লাগে।
এম আৰ পি: নিৰামিষ নৰম কেপচুলৰ বাবে এম আৰ পি:550
পর্যালোচনা
এখন পর্যন্ত কোন রিভিউ পাওয়া যায়নি।