Select Page
nutricharge-S5-product

ন্যুত্ৰিছাৰ্জ(Nutricharge) S5

Rs. 550.00

নীজেলা সাতিভা (কলা বীজ/গুটি বা কলোঁনজী):পৰম্পৰাগত আৰোগ্যৰ ব্যৱস্থাবোৰত কলা বীজৰ তেল 2000 বছৰৰ আগৰ পৰাই ব্যৱহাৰ হৈ আছে। অ্যান্টি-ইনফ্ল্যামেটৰি(প্রদাহজনক বিৰোধী), অ্যান্টি-অক্সিডেন্ট আৰু অনাক্রম্যতা বঢ়াব পৰা গুণবোৰ থকাৰ বাবে এই কলা বীজে বিভিন্ন ৰোগৰ উপৰত উপকাৰী গুণ দেখুৱাই। উদাহৰণ স্বৰূপে কার্ডিওভাসকুলাৰ(হৃদয়-ৰক্তবাহ) ৰোগ , স্নায়ুতন্ত্র ৰোগ, চামড়া সংক্রমণ ৰোগ, প্রজনন তন্ত্র ৰোগ, কঙ্কালতন্ত্র ৰোগ আৰু পাচক ৰোগ ধৰণৰ ৰোগৰ উপৰত এই কলা বীজে উপকাৰী প্ৰভাৱ দেখুৱাই।এই বীজে বেয়া কলেষ্ট্ৰল ( এল দি এল),ট্ৰাইগ্লিছেৰাইড, ৰক্তচাপ আৰু শৰীৰত চেনীৰ পৰিমাণ উল্লেযোগ্যভাবে হ্ৰাস কৰে।ইছলামৰ নবী মুহাম্মাদে কৈছিল যে এই বীজ মানুহে নিজৰ মৃত্যুৰ বাহিৰে সকলো ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰে ।

অচিমাম (তুলসী) মিশ্ৰণ: ই হৈছে চাৰিবিধ তুলসীৰ এক অনন্য সঙমিশ্ৰণ। তুলসীৰ ঔষধি গুণৰ বাবে ইয়াক 'বনৌষধিৰ ৰাণী' বোলা হয়। ই এন্টিএক্সিডেন্ট প্ৰদান কৰে আৰু ইয়াৰ ৰোগপ্ৰতিৰোধ ক্ষমতা আছে-চালৰ স্বাস্থ্যৰ বাবে ই উপকাৰী আৰু ই কাহ, চৰ্দি আৰু জ্বৰৰ পৰা ৰক্ষা কৰে। ইয়াৰ তেলে বেক্টেৰিয়া সংক্ৰমণ, এলাৰ্জি, জ্বৰ আৰু ষ্ট্ৰেচৰপৰা ৰক্ষা কৰে।

আজাদিৰছতা ইন্ডিকা,( নিম) – এক ‌‌শুদ্ধক হিচাপে নিমে তেজ আৰু শৰীৰক আভ্যন্তৰৰপৰা পৰিষ্কাৰ কৰে। ই লিভাৰ(যকৃৎ) শক্তিশালী কৰে আৰু লিভাৰৰ(যকৃৎৰ) কাৰ্যকাৰিতা স্বাভাৱিক কৰে। নিয়মীয়াকৈ নিম সেৱন কৰিলে লিভাৰত জমা হোৱা বিষাক্ত পদাৰ্থসমূহ নিয়মীয়াকৈ বহিষ্কাৰ হয়। নিমৰ এন্টিডায়েবেটিক গুণ আছে আৰু ই তেজত কলেষ্টৰেল আৰু শৰ্কৰাৰ পৰিমাণ নিয়মিত কৰাত সহায়কৰে।নিমে চাল ভাল কৰাতো সহায় কৰে।

এলো বাৰবানদেচিচ( এলো ভেৰা), এক্সট্ৰেক্ট(উৎস) হৈছে এক ডিটক্সিফায়াৰ(দেহৰ বিষাক্ত বস্তু অপসাৰণ কৰে।), ইয়াৰ বহুতো স্বাস্থ্যৰ পক্ষে উপকাৰী গুণ আছে আৰু ই হৈছে বহুতো ভীটামিন আৰু মিনাৰেলৰ উৎস। ইয়াৰ এন্টি-এজিং গুণ আছে আৰু ইয়াক চাল সুস্হ  ডেকা আৰু উজ্জ্বল ৰখাত ব্যৱহাৰ কৰা হয়। ই কোষ্ঠকাঠিন্যৰপৰা মুক্তি দিয়ে আৰু পাচনতন্ত্ৰ পৰিষ্কাৰ কৰে।

মেন্থা স্পিকাতা ( পুদিনা, মিন্ত) হল এটা সুগন্ধি উদ্ভিদ আৰু ইয়াক বদহজম, পেটৰ গেছ, অম্লতা ইত্যাদিৰ বাবে ব্যৱহাৰ কৰা হয়।


Nutricharge S5

ন্যুত্ৰিছাৰ্জ(Nutricharge) দ্ৰব্য সমূহ একচেটিয়া ভাবে আৰ চি এম(RCM) ৰ জৰিয়তে বেচা হয়।

পণ্যের বিবরণ

ন্যুত্ৰিছাৰ্জ এচ 5 (Nutricharge S5)হৈছে এটা 100 শতাংশ নিৰামিষ, নৰম কেপচুল । এইকেপচুলত 200 এম জি(200 mg) নীজেলা সাতিভা ,150 এম জি(150 mg) অকিমাম (তুলসী) মিশ্ৰণ ( অকিমাম বেচিলিয়াম,অকিমাম চেংটামৰ পৰা উৎস ,অকিমাম গৃতিচিমূম),100 এম জি (100 mg) আজাদিৰছতা ইন্ডিকা,( নিম) 25 এম জি(25 mg)  এলো বাৰ্বাদেঞ্চিছ ( এলো ভেৰা উৎস ) আৰু 10 এম জি(10 mg) মেণ্ঠা (স্পেয়াৰমিন্ট)

ন্যুত্ৰিছাৰ্জ এচ 5 (Nutricharge S5) গ্ৰহন কৰা খুবেই সহজ আৰু সুবিধাজনক।

ন্যুত্ৰিছাৰ্জ এচ 5 (Nutricharge S5) 30টা কেপচুলৰ এটি গ্ৰাহকে সহজ ভাবে ব্যৱহাৰ কৰিব পৰা পেকত পোৱা যায়।

কোনে গ্ৰহণ কৰিব পাৰে।
সকলো 18 বছৰৰ বেছি বয়সৰ প্ৰাপ্ত বয়স্ক লোক।

Dosage: প্ৰতিদিনে ৰাতি আহাৰ খোৱাৰ পিছত ন্যুত্ৰিছাৰ্জ এচ 5 (Nutricharge S5) ৰ এটা কেপচুল গ্ৰহণ কৰিব লাগে।ইয়াক প্ৰতিদিনে একেটা সময়তে গ্ৰহণ কৰিব লাগে।

এম আৰ পি: নিৰামিষ নৰম কেপচুলৰ বাবে এম আৰ পি:550

পর্যালোচনা

এখন পর্যন্ত কোন রিভিউ পাওয়া যায়নি।

Be the first to review “ন্যুত্ৰিছাৰ্জ(Nutricharge) S5”

আপনার ই-মেইল এ্যাড্রেস প্রকাশিত হবে না। * চিহ্নিত বিষয়গুলো আবশ্যক।