Select Page
n-man-with-strawberry-prodiet-with-glass
নিউট্রিচার্জ অ'মেন আৰু ষ্ট্ৰ’বেৰি প্র'ডায়েট প্র'ডায়েট ডেমো ভিডিঅ’

নিউট্ৰিচাৰ্জ ৱ’মেন আৰু ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট ডয় পেক

Rs. 2,800.00

নিউট্ৰিচাৰ্জ ৱ’মেন হৈছে ভাৰতত মহিলাৰ কাৰণে সৰ্ব প্ৰথম স্বাস্থ্য পৰিপূৰকয’ত আছে 50 টা মূল পৰিপোষক পদাৰ্থ যথাঃ 13 টা ভিটামিন আৰু 13 টা মিনাৰেল, 13 টা ফলৰপৰা আহৰিত, 6 টা ব’টানিকেল আৰু 5 টা এমিন’-এচিড।ই হৈছে এটা ষ্ট্ৰ’বেৰীৰ স্বাদযুক্ত টেবলেট, বেয়া গোন্ধ নাই।
নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট (ডয় পেক) ত আছে ডুপন্ট ইউএছএৰপৰা পৃথকীকৃত উচ্চ মানবিশিষ্ট চয় প্ৰ’টিন।ইয়াৰ প্ৰতি 500 গ্ৰামত 74% প্ৰ’টিন আছে।ই এটা ভেযেন প্ৰডাক্ট কিয়নো প্ৰ’টিনৰ উপাদান উদ্ভিদৰপৰা প্ৰাপ্ত আৰু কোনো গাখীৰ-যুক্ত উপাদান ব্যৱহাৰ কৰা হোৱা নাই।
ইয়াত তদুপৰি নেদাৰলেণ্ডৰপৰা আহৰণ কৰা প্ৰি-বাঅ’টিক ডায়েটেৰী ফাইবাৰ আৰু ফ্ৰান্সৰপৰা আহৰণ কৰা প্ৰকৃত ষ্ট্ৰ’বেৰী পাউদাৰ আছে, যিয়ে ইয়াক সুস্বাদু ষ্ট্ৰ’বেৰী প্ৰ’টিন চেকত পৰিণত কৰে।

প্ৰতিদিনে শক্তিশালী ব্ৰেকফাষ্ট লাভ কৰিবলৈ; আপোনাৰ দৈনিক প্ৰ’টিন, ভিটামিন, মিনাৰেল আৰু ফাইবাৰ (পিভিএমএফ)ৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে পুৱাই 1 গিলাচ নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট চেকৰ সৈতে 1 টা নিউট্ৰিচাৰ্জ ৱ’মেন টেবলেট গ্ৰহণ কৰিব।



Nutricharge Woman and Strawberry ProDiet Doy Pack

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ অ’মেন আৰু স্ট্রবেৰি প্র’ডায়েট কেটেগো

প্র’ডাক্টৰ বর্ণনা

নিউট্ৰিচাৰ্জ ৱ’মেন হৈছে ভাৰতত মহিলাৰ কাৰণে সৰ্ব প্ৰথম স্বাস্থ্য পৰিপূৰকয’ত আছে 50 টা মূল পৰিপোষক পদাৰ্থ যথাঃ 13 টা ভিটামিন আৰু 13 টা মিনাৰেল, 13 টা ফলৰপৰা আহৰিত, 6 টা ব’টানিকেল আৰু 5 টা এমিন’-এচিড।ই হৈছে এটা ষ্ট্ৰ’বেৰীৰ স্বাদযুক্ত টেবলেট, বেয়া গোন্ধ নাই।
কোনে গ্ৰহণ কৰিব পাৰিবঃ 14 বছৰ বয়সীয়া আৰু তাৰ উৰ্ধ মহিলাই
ডচেজঃ নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট চেকৰ সৈতে দৈনিক এটা টেবলেট গ্ৰহণ কৰক।
এম.আৰ.পি.: 30 টা টেবলেটৰ এটা পেকত 550 টকা (1 মাহৰ পেক)
নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট (ডয় পেক) ত আছে ডুপন্ট ইউএছএৰপৰা পৃথকীকৃত উচ্চ মানবিশিষ্ট চয় প্ৰ’টিন।ইয়াৰ প্ৰতি 100 গ্ৰামত 74% প্ৰ’টিন আছে।ই এটা ভেযেন প্ৰডাক্ট কিয়নো প্ৰ’টিনৰ উপাদান উদ্ভিদৰপৰা প্ৰাপ্ত আৰু কোনো গাখীৰ-যুক্ত উপাদান ব্যৱহাৰ কৰা হোৱা নাই।
ইয়াত তদুপৰি নেদাৰলেণ্ডৰপৰা আহৰণ কৰা প্ৰি-বাঅ’টিক ডায়েটেৰী ফাইবাৰ আৰু ফ্ৰান্সৰপৰা আহৰণ কৰা প্ৰকৃত ষ্ট্ৰ’বেৰী পাউদাৰ আছে, যিয়ে ইয়াক সুস্বাদু ষ্ট্ৰ’বেৰী প্ৰ’টিন চেকত পৰিণত কৰে।
কোনে গ্ৰহণ কৰিব পাৰিবঃ 14 বছৰ বয়সীয়া আৰু তাৰ উৰ্ধ মহিলাই
ডচেজঃ দৈনিক এগিলাচ পানী বা গাখীৰত এটা টোপোলা
এম.আৰ.পি.: প্ৰতি ডয় পেকত 1125 টকা (প্ৰতিটো পেকত 15 টা টোপোলা)
মাহিলী পেকৰ বাবে 2250 টকা ( 30 টা টোপোলা)
প্ৰতিদিনে শক্তিশালী ব্ৰেকফাষ্ট লাভ কৰিবলৈ; আপোনাৰ দৈনিক প্ৰ’টিন, ভিটামিন, মিনাৰেল আৰু ফাইবাৰ (পিভিএমএফ)ৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে পুৱাই 1 গিলাচ নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট চেকৰ সৈতে 1 টা নিউট্ৰিচাৰ্জ ৱ’মেন টেবলেট গ্ৰহণ কৰিব।

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্ৰিচাৰ্জ ৱ’মেন আৰু ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট ডয় পেক”

Your email address will not be published. Required fields are marked *