Select Page
নিউট্রিচার্জ ভিউ

নিউট্রিচার্জ ভিউ

Rs. 680.00

বহুত মানুহে সচৰাচৰ মোবাইল ব্যাবহাৰ কৰি চকুত চাপ সৃষ্টি কৰে । মোবাইল ফোন, ট্যাব, আইপ্যাড, ডেস্কটপ আৰু ল্যাপটপবোৰ ক্ষতিকাৰক উচ্চ শক্তিৰ নীলা ৰশ্মি নিৰ্গত কৰে কৰে যি চকুৰ ৰেটিনাক অবশেষত দৃষ্টি প্রভাবিত কৰে। “নিউট্রিচার্জ ভিউ নিৰামিষ নৰম ক্যাপসুল” হল ক্ষতিকৰ নীল ৰশ্মিৰ পৰা চকু ৰক্ষা কৰাৰ বাবে বৈজ্ঞানিক পুষ্টিৰ সূত্র। ইয়াত ল্যাটিম্যাক্স 2020 ৰ (20% লুটিন আৰু 4% জ্যাক্স্যান্থিনৰ অনন্য সমন্বয়) নিচিনা ক্লিনিকাল গবেষিত ব্র্যান্ডেড উপাদান আছে । লুইটিন এবং জ্যাক্স্যান্থিন হল চকু ৰক্ষাকাৰী পৰিপোষক পদার্থ যি ৰেটিনাত জমা হই থাকে আৰু কার্যকৰভাবে চকুৰ সুৰক্ষাৰ বাবে ক্ষতিকাৰক নীলা ৰশ্মিক ফিল্টাৰ কৰে। লুইটিন আৰু জ্যাক্স্যান্থিন নিয়মিতবাবে সঠিক পৰিমাণে খালে, ক্ষতিকাৰক নীলা ৰশ্মিৰ পৰা চকু ৰক্ষা কৰিবলে সহায় কৰে । নিউট্রিচার্জ ভিউ নিৰামিষ নৰম ক্যাপসুল বিটা-ক্যারোটিন এবং ভিটামিন ই প্রদান কৰে। এইবোৰ পুষ্টি চকুৰ বাবে উপকাৰী প্রমাণ কৰিছে ।

নিউট্রিচার্জ ভিউ নিৰামিষ ক্যাপসুল “স্বাস্থ্যৰ বাবে ”

Nutricharge VIEW

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ ভিউ কেটেগো

প্র’ডাক্টৰ বর্ণনা

নিউট্রিচার্জ ভিউ 100% নিৰামিষ নৰম ক্যাপসুল। ইয়াত চকুৰ পুষ্টি ৰক্ষাৰ বাবে কার্যকৰ ডোজ যেনে 20 মিলিগ্রাম লুইটিন এবং জ্যাক্স্যান্থিনৰ 4 মিলিগ্রাম,লগত বিটা-ক্যারোটিন এবং ভিটামিন ই আছে । নিউট্রিচার্জ ভিউ 30 টা ক্যাপসুল এটি গ্রাহক-বান্ধব প্যাকত (2 টা স্ট্রিপ x 15 নিৰামিষ নৰম ক্যাপসুল প্রতিটি) বাকচত পোৱা যায় ।

নিউট্রিচার্জ ভিউ উপভোক্তা-বান্ধব পেকত 30 টা কেপচুল(2 টা ষ্ট্রীপx15) এটা বক্সত উপলব্ধ।

কোনে গ্রহণ কৰিব পাৰে:
14 বছৰ বা ইয়াতকে বেছি যিসকলে মোবাইল ফোন, আইপ্যাড এবং ট্যাবলেট নিয়মীয়াকৈ আৰু দীর্ঘ সময় ব্যবহাৰ কৰে

মাত্রাঃ
নিউট্রিচার্জ ভিউৰ 1 টা ক্যাপসুল খোৱাৰ পিচত পানি দি প্রতিদিন লব লাগিব ।

দাম : 680 / – 30 নিৰামিষ নৰম ক্যাপসুল

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্রিচার্জ ভিউ”

Your email address will not be published. Required fields are marked *