Select Page
নিউট্ৰিচাৰ্জ ভেজ ওমেগা

নিউট্ৰিচাৰ্জ ভেজ ওমেগা

Rs. 400.00

নিউট্ৰিচাৰ্জ ভেজ ওমেগা হৈছে আপোনাৰ স্বাস্থ্যৰ বাবে ওমেগা – ৩ ৰ শক্তি, য’ত ৪২০ এমজি মুঠ ওমেগা আৰু ২৫০ এমজি ওমেগা – ৩ পুষ্টিদ্ৰব্য থাকে৷ ওমেগা – ৩ হৈছে স্বাস্থ্যবান হৃদয়, ছাল, ধমনী আৰু জোৰাৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য (আমাৰ শৰীৰে সেইবোৰ তৈয়াৰ কৰিব নোৱাৰে)৷ ওমেগা – ৩ পুষ্টিদ্ৰব্যবোৰ বৰ সুৰক্ষিত আৰু একাধিক স্বাস্থ্যৰ বাবে উপকাৰী পদাৰ্থ আছে৷ বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে ওমেগা – ৩ পুষ্টিদ্ৰব্যই আমাক হৃদৰোগ আৰু মধুমেহৰ পৰা ৰক্ষা কৰে, ছাল স্বাস্থ্যকৰ কৰি ৰাখে, ক’লেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস কৰে আৰু জোৰাৰ বিষ আৰু ঠৰঙা ভাৱ হ্ৰাস কৰে৷ আমাৰ আহাৰত প্ৰায়েই ওমেগা – ৩ পুষ্টিদ্ৰব্য নাথাকে গতিকে আমি বেছিভাগেই সেয়া যথেষ্ট পৰিমানে নাপাও৷ যিহেতু ওমেগা – ৩ আমাৰ হৃদয়, ছাল আৰু জোৰাৰ বাবে অতি উপকাৰী, গতিকে নিউট্ৰিচাৰ্জ ভেজ ওমেগাৰ সহায়ত আপোনাৰ তালিকাত ওমেগা – ৩ গুডনেছৰ দৈনিক মাত্ৰা যোগ কৰক৷

নিউট্ৰিচাৰ্জ ভেজ ওমেগাই আপোনাক “হৃদয়ৰ পৰা তৰুণ” কৰি ৰাখে

Nutricharge Veg Omega

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্ৰিচাৰ্জ ভেজ ওমেগা কেটেগো

প্র’ডাক্টৰ বর্ণনা

নিউট্ৰিচাৰ্জ ভেজ ওমেগা হৈছে ১০০% নিৰামিষ কোমল কেপচুল৷ ইয়াত ৪২০ এমজি মুঠ ওমেগা থাকে আৰু ২৫০ এমজি ওমেগা ৩ থাকে৷ নিউট্ৰিচাৰ্জ ভেজ ওমেগা গ্ৰাহকৰ বাবে সুবিধাজনক ৩০ টা কেপচুলৰ পেকেটৰ (১৫ × ২টা ষ্ট্ৰিপ) বাকচত উপলব্ধ৷

কোনে গ্ৰহণ কৰিব পাৰে
১৪ বছৰৰ ওপৰৰ সকলো প্ৰাপ্তবয়স্কই

পালি
ৰাতিপুৱা জলপানৰ পিছত দীৰ্ঘ সময়ৰ বাবে নিউট্ৰিচাৰ্জ ভেজ ওমেগাৰ ১টা কেপচুল সদায় খাব লাগে

এমআৰপি: ৩০ টা কোমল কেপচুলৰ বাবে 400/-

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্ৰিচাৰ্জ ভেজ ওমেগা”

Your email address will not be published. Required fields are marked *