প্র’ডাক্টৰ বর্ণনা
নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট(ডয় পেক)ত ডুপ’ন্ট ইউএছএৰ পৰা উচ্চ গুণসম্পন্ন চয় প্ৰ’টিন আইছলেট থাকে| ইয়াত প্ৰতি ১০০গ্ৰা.ত ৭৪% প্ৰ’টিন আছে| এইয়া এক ভেজান প্ৰদাক্ট, যিহেতুকে প্ৰ’টিন উদ্ভিদৰ পৰা লোৱা হয় আৰু কোনো-ধৰণৰ দুগ্ধ-জাতীয় প্ৰদাক্টসমূহ ব্যৱহাৰ কৰা নহয়|
তদুপৰি, ইয়াত নেদাৰলেণ্ড পৰা পূৰ্ব-বায়টিক খোৱা তন্তু আৰু ফ্ৰান্সৰ পৰা প্ৰকৃত ষ্ট্ৰ’বেৰী পাউডাৰ সংগ্ৰহ কৰা হয়, যাৰ ফলত সুস্বাদ চকলেট প্ৰ’টিন ছেক তৈয়াৰ হয়|
প্ৰতিদিনা এক শক্তিশালী জলপান গ্ৰহণ কৰক; আপোনাৰ দৈনন্দিনৰ প্ৰ’টিন, ভিটামিন, খনিজ আৰু তন্তু(পিভিএমএফ)ৰ প্ৰয়োজনীয়তা পৰিপূৰ্ণ কৰিবলৈ ৰাতিপুৱা ১টা নিউট্ৰিচাৰ্জ ৱ’মেন টেবলেটৰ সৈতে ১ গিলাচ নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট ছেকত(প্ৰতি গ্লাচত ১ চাছেট) গ্ৰহণ কৰক|
কোনে গ্ৰহণ কৰে:
১৪ বছৰ বয়সৰ আৰু তাতকৈ বেছি বয়সৰ মহিলা
পালি:
দৈনিক এক গিলাচ পানীত ১ চাছেট বা সৰু পেকেট
পেকেজিং:
প্ৰতিটো ডয় পেকতে প্ৰতি ২০গ্ৰা. ত ১৫টা চেছেট বা সৰু পেকেট থাকে
প্ৰতি চেছেট বা সৰু পেকেটত প্ৰ’টিন থাকে ১৪.৮ গ্ৰা.
এম.আৰ.পি.:
ডয় পেকেট- 1125/-টকা
পর্যালোচনা
এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ