Select Page
Nutricharge Kids Mango

নিউট্রিচার্জ কিদচ্‌ মেঙ্গো

Rs. 800.00

নিউট্রিচার্জ কিদচ্‌ মেঙ্গো হ’ল শিশুৰ বাবে দৈনিক পুষ্টিৰ ড্রিংক আৰু এইটো আচল আলফানচো আমৰ সোৱাদেৰে ভৰা।
ভাৰতত প্রথমবাৰৰ বাবে আহিছে আচল আলফানচো আমৰ পাউডাৰ থকা, ভিটামিন আৰু মাইক্র’ পুষ্টিকাৰকেৰে ভৰা এক উৎস, যিটোয়ে ৰোগ প্রতিৰোধ ক্ষমতাক উন্নত কৰে আৰু স্মৃতিশক্তি বঢ়ায়।
আচল আলফানচো আমৰ পাউডাৰত আছে উচ্চ মাত্রাৰ বেটা কেৰোটিন, যিটো ভিটামিন এ –ৰ উৎকৃষ্ট উৎস বুলি জনা যায়। ইয়াৰ উপৰিও ইয়াত আছে কার্যকৰী প্রাকৃতিক এন্টিঅক্সিডেন্ট, যিটোয়ে চকুক সুস্থ ৰাখে আৰু দৃষ্টিশক্তি উন্নত কৰে।


Nutricharge Kids Mango

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ কিদচ্‌ মেঙ্গো কেটেগো

প্র’ডাক্টৰ বর্ণনা

নিউট্রিচার্জ কিদচ্‌ মেঙ্গো, ৪৯বিধ মূল পুষ্টি, ৩ বিধ প্র’টিন, ১৫ বিধ ভিটামিনচ, ১৪ বিধ খনিজ পদার্থ আৰু ১০ বিধ বোটানিকেলচৰ দ্বাৰা সমৃদ্ধ।

কোনে খাব পাৰে?
নিউট্রিচার্জ কিদচ্ মেঙ্গো ২ বছৰৰ পৰা ১২ বছৰ বয়সৰ ল’ৰা ছোৱালীৰ বাবে এক উত্তম, খাঁটি নিৰামিশ স্বাস্থ্যকৰ পানীয়।
মাত্রা
নিউট্রিচার্জ কিদচ্ মেঙ্গো ২ বছৰৰ পৰা ১২ বছৰ বয়সৰ ল’ৰা ছোৱালীৰ বাবে এক উত্তম, খাঁটি নিৰামিশ স্বাস্থ্যকৰ পানীয়।
MRP: টকা ৩০০ গ্রাম টিনৰ পেকেটৰ্মূল্য 800/- টকা

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্রিচার্জ কিদচ্‌ মেঙ্গো”

Your email address will not be published. Required fields are marked *