প্র’ডাক্টৰ বর্ণনা
নিউট্ৰিচাৰ্জ মেন টেবলেটহৈছে ভিটামিন আৰু মিনাৰেলৰ দৈনিক প্ৰয়োজনীয়তা পূৰণত সহায় কৰিবলৈ দৈনিক গ্ৰহণ কৰা এটা স্বাস্থ্য পৰিপূৰক।ই হৈছে এটা চকলেটৰ স্বাদযুক্ত টেবলেট, বেয়া গোন্ধ নাই।
কোনে গ্ৰহণ কৰিব পাৰিবঃ 14 বছৰ বয়সীয়া আৰু তাৰ উৰ্ধ ব্যক্তিয়ে
ডচেজঃ দৈনিক এটাকৈ টেবলেট গ্ৰহণ কৰক (নিউট্ৰিচাৰ্জ প্ৰ’ডায়েট চেকৰ সৈতে)
এম.আৰ.পি.: 30 টা টেবলেটৰ এটা পেকৰ বাবে 450 টকা (1 মাহৰ পেক)
নিউট্ৰিচাৰ্জ ক’ক’আ প্ৰ’ডায়েট (ডয় পেক) ত আছে ডুপন্ট ইউএছএৰপৰা পৃথকীকৃত উচ্চ মানবিশিষ্ট চয় প্ৰ’টিন।ইয়াৰ প্ৰতি 100 গ্ৰামত 74% প্ৰ’টিন আছে।ই এটা ভেযেন প্ৰডাক্ট কিয়নো প্ৰ’টিনৰ উপাদান উদ্ভিদৰপৰা প্ৰাপ্ত আৰু কোনো গাখীৰ-যুক্ত উপাদান ব্যৱহাৰ কৰা হোৱা নাই।
ইয়াত তদুপৰি নেদাৰলেণ্ডৰপৰা আহৰণ কৰা প্ৰি-বাঅ’টিক ডায়েটেৰী ফাইবাৰ আৰু বেলজিয়ামৰপৰা আহৰণ কৰা ক’ক’আ আছে।সুস্বাদু চকলেট প্ৰ’টিন চেক প্ৰস্তুত কৰিবলৈ এগিলাচ পানীত নিউট্ৰিচাৰ্জ ক’ক’আ প্ৰ’ডায়েট (ডয় পেক)ৰ এটা টোপোলা মিহলি কৰি চেনি/মিষ্টি যোগ দিব লাগে।
কোনে গ্ৰহণ কৰিব পাৰিবঃ 14 বছৰ বয়সীয়া আৰু তাৰ উৰ্ধ ব্যক্তিয়ে
ডচেজঃ দৈনিক এগিলাচ পানী বা গাখীৰত 1 টোপোলা
এম.আৰ.পি.: প্ৰতি ডয় পেকত 1125 টকা (প্ৰতিটো পেকত 15 টা টোপোলা)
মাহিলী পেকৰ বাবে 2250 টকা ( 30 টা টোপোলা)
প্ৰতিদিনে শক্তিশালী ব্ৰেকফাষ্ট লাভ কৰিবলৈ; আপোনাৰ দৈনিক প্ৰ’টিন, ভিটামিন, মিনাৰেল আৰু ফাইবাৰ (পিভিএমএফ)ৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে পুৱাই ১ গিলাচ নিউট্ৰিচাৰ্জ প্ৰ’ডায়েট চেকৰ সৈতে ১ টা নিউট্ৰিচাৰ্জ মেন টেবলেট গ্ৰহণ কৰিব।
পর্যালোচনা
এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ