প্র’ডাক্টৰ বর্ণনা
ভাৰতত প্রথমবাৰ শিশুৰ বাবে এক বিশেষ চকলেটৰ সোৱাদযুক্ত ৪৯ টা পুষ্টিৰে ভৰা আহাৰৰ পৰিপূৰক য’ত ৩ ধৰণৰ প্র’টিন, ১৫ বিধ ভিটামিন, ১৪ বিধ খনিজ পদার্থ, ফাইবাৰ, ১০ বিধ বোটানিকেলচ, আন আন মেক্রোমলিকিউলচ, ৩ বিধ প্রি-প্র’ বায়োটিকচ আৰু ২ বিধ এমিন’ এচিড আছে।
এইটোৱে মস্তিষ্কৰ গঠনত সহায় কৰে, বেমাৰ প্রতিৰোধ ক্ষমতা বঢ়ায় আৰু বৃদ্ধিত সহায় কৰে।
কোনে খাব পাৰে: ২-১২ বছৰৰ কম বয়সৰ ল’ৰা-ছোৱালী
মাত্রা: এক গিলাচ গাখীৰত এক হেতা লৈ নিতৌ দুবাৰ খাওক।
M.R.P.: Rs. 800/- ৩০০ গ্রাম জাৰৰ দাম
পর্যালোচনা
এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ