প্র’ডাক্টৰ বর্ণনা
নিউট্রিচার্জ গ্লাইচেম টেবলেট এটা চোবাই খাব পৰা টেবলেট য’ত ১২বিধ বোটানিকেলছ আছে।
নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েটত আছে উচ্চ গুণমান সম্পন্ন আমেৰিকাৰ ডুপন্ট পৰা অনা ছ’য়া প্র’টিন, ডায়েটাৰি ফাইবাৰ, গার্চিনিয়া কম্বোজিয়া আৰু এনজাইম।
নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েটৰ সৈতে ২৫টা ছেশ্বে নিউট্রিচার্জ মিঠাকাৰক পাব৷
এক গিলাচ কম মাত্রাত চর্বি থকা গাখীৰৰ সৈতে এক হেতা নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট আৰু নিউট্রিচার্জ মিঠাকাৰকৰ ছেশ্বে মিহলাই এক জুতি লগা ডালচেনি চকলেট কফি সোৱাদযুক্ত প্র’টিন ড্রিংকচ তৈয়াৰ কৰক।
কোনে খাব পাৰে: প্রাক্-ডায়বেটিকচ (যাদৃচ্ছিক ব্লাড চুগাৰৰ স্তৰ ১৪০ –ৰ পৰা ২০০ এমজি / ডিএল থকা ব্যক্তি সকলে)
মাত্রা: ১টা নিউট্রিচার্জ গ্লাইচেম টেবলেট নিতৌ পূৱা চোবাই খাওক।
আৰু তাৰ লগত ১ গিলাচ নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট শ্বেইক লওক। ব্লাড চুগাৰৰ স্তৰ স্বাভাবিক নোহোৱালৈকে খাই যাব লাগিব।
M.R.P.: টকা ৩০টা টেবলেটৰ এটা পেকৰ দাম 875 / – (১ মাহৰ পেক)
M.R.P.: টকা ৫০০ গ্রাম জাৰৰ দাম 1,800/-
পর্যালোচনা
এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ