Select Page
Nutricharge Glycem Prodiet and Tablet
ডেমো ভিডিঅ’
ডঃ কপীল কাপুৰৰ দ্বাৰা নিউট্রিচার্জ গ্লাইচেম প্রডায়েট আৰু নিউট্রিচার্জ গ্লাইচেম টেবলেট
সঘনাই সোধা প্রশ্নৰ ভিডিঅ’
নিউট্রিচার্জ-গ্লাইচেম-প্র'ডায়েট-আৰু-টেবলেট

নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট আৰু টেবলেট

Rs. 2,675.00

নিউট্রিচার্জ গ্লাইচেম প্রডায়েট আৰু নিউট্রিচার্জ গ্লাইচেম টেবলেট হ’ল প্রি-ডায়বেটিছৰ বাবে এনেভাবে তৈয়াৰ কৰা হৈছে যাতে ভবিষ্যতে ডায়বেটিছ হোৱাটো প্রতিৰোধ কৰিব পৰা যায়।

প্রাক্‌-ডায়বেটিছ কি?

“মানুহৰ দেহত ডায়বেটিছৰ বিকাশ হোৱাৰ আগতে সকলোৰেই প্রাক্‌-ডায়াবেটিছ ব্লাড গ্লুকোজ স্তৰ থাকে, যিটো স্বাভাবিকতকৈ বেছি হয়, কিন্তু ডায়বেটিক ৰোগীৰ দৰে সিমান বেছি নহয়” – আমেৰিকান ডায়বেটিছ এছ’ছিয়েছন


Nutricharge Glycem ProDiet and Tablet (Clinically Proven)

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট আৰু টেবলেট কেটেগো

প্র’ডাক্টৰ বর্ণনা

নিউট্রিচার্জ গ্লাইচেম টেবলেট এটা চোবাই খাব পৰা টেবলেট য’ত ১২বিধ  বোটানিকেলছ আছে।

নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েটত আছে উচ্চ গুণমান সম্পন্ন আমেৰিকাৰ ডুপন্ট পৰা অনা ছ’য়া প্র’টিন, ডায়েটাৰি ফাইবাৰ, গার্চিনিয়া কম্বোজিয়া আৰু এনজাইম।

নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েটৰ সৈতে ২৫টা ছেশ্বে নিউট্রিচার্জ মিঠাকাৰক পাব৷

এক গিলাচ কম মাত্রাত চর্বি থকা গাখীৰৰ সৈতে এক হেতা  নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট আৰু নিউট্রিচার্জ মিঠাকাৰকৰ ছেশ্বে মিহলাই এক জুতি লগা ডালচেনি চকলেট কফি সোৱাদযুক্ত প্র’টিন ড্রিংকচ তৈয়াৰ কৰক।

কোনে খাব পাৰে:  প্রাক্‌-ডায়বেটিকচ (যাদৃচ্ছিক ব্লাড চুগাৰৰ স্তৰ ১৪০ –ৰ পৰা ২০০ এমজি / ডিএল থকা ব্যক্তি সকলে)

 মাত্রা: ১টা নিউট্রিচার্জ গ্লাইচেম টেবলেট নিতৌ পূৱা চোবাই খাওক।
আৰু তাৰ লগত ১ গিলাচ নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট শ্বেইক লওক। ব্লাড চুগাৰৰ স্তৰ স্বাভাবিক নোহোৱালৈকে খাই যাব লাগিব।

M.R.P.: টকা ৩০টা টেবলেটৰ এটা পেকৰ দাম 875 / – (১ মাহৰ পেক)
M.R.P.: টকা ৫০০ গ্রাম জাৰৰ দাম 1,800/-

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্রিচার্জ গ্লাইচেম প্র’ডায়েট আৰু টেবলেট”

Your email address will not be published. Required fields are marked *