Select Page
প্ৰডাক্ট-নিউট্ৰিচাৰ্জ-ডিএইচএ
নিউট্ৰিচাৰ্জ-ডিএইচএ-ভিডিঅ’
নিউট্ৰিচাৰ্জ-ডিএইচএ-ভিডিঅ’-২
নিউট্ৰিচাৰ্জ-ডিএইচএ-ভিডিঅ’-৩
নিউট্রিচার্জ ডি এইচ এ 1নিউট্রিচার্জ ডি এইচ এ 2

নিউট্রিচার্জ ডি এইচ এ

Rs. 1,350.00

ভ্রুণৰ মস্তিষ্কৰ বিকাশত সহায় কৰিবলৈ নিউট্রিচার্জ ডি এইচ এ গৰ্ভধাৰণ কৰিবলৈ পৰিকল্পনা কৰা, গর্ভৱতী আৰু স্তনপান কৰোৱা মহিলাক অত্যাৱশ্যকীয় ডিএইচএ অণু সৰবৰাহ কৰে।

এইটো এটা সম্পূর্ণভাবে নিৰামিষ ডিএইচএ যিটো সাগৰৰ পানীশেলুৱৈৰ পৰা পোৱা যায় আৰু কেৰেজিনেনে পেটেন্ট লাভ কৰা এটা কোমল নিৰামিষ কেপছুল।


Nutricharge DHA

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ ডি এইচ এ কেটেগো

প্র’ডাক্টৰ বর্ণনা

নিউট্রিচার্জ ডি এইচ এ –ত আছে 400 মিলিগ্রাম উপাদানগত ডিএইচএ যিটো বিশেষভাবে মহিলাসকলৰ প্রজনন পর্যায়ৰ বাবে গঠিত। গর্ভৱতী হব বিচৰা, গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাসকলৰ প্রয়োজনীয় ডিএইচএ পাবলৈ হলে নিতৌ নিউট্রিচার্জ ডিএইচএৰ এটা কোমল কেপছুল খাব লাগিব। ডিএইচএ প্লেচেন্টাৰ মাধ্যমেৰে ভ্রূণলৈ যায় আৰু ভ্রূণ / শিশুৰ মস্তিষ্ক গঠনত সহায় কৰে।

বজাৰত পোৱা ডিএইচএ মাছৰপৰা সংগ্রহ কৰা হয়, যাৰ অতি উগ্র গোন্ধ আছে; নিউট্রিচার্জ ডি এইচ এ হ’ল এনে এবিধ উপাদান যিটো সম্পূর্ণভাবে নিৰামিষ আৰু ইয়াৰ এক মিঠা গোন্ধ আছে আৰু গর্ভৱতী মহিলাই অতি সহজেই এই কোমল কেপছুলটো খাব পাৰে।

কোনে খাব পাৰে:
1. গর্ভৱতী হবলৈ বিচৰা যিকোনো মহিলাই খাব পাৰে।
2. গর্ভৱতী মহিলা
3. স্তনপান কৰোৱা মহিলা

মাত্রা: নিতৌ ১টা নিউট্রিচার্জ ডি এইচ এ নিৰামিষ কোমল কেপছুল খাওক

M.R.P. : টকা ৩০ টাৰ এটা পেকৰ দাম ১৩৫০/- (২টা ষ্ট্ৰিপ x ১৫) নিৰামিষ কোমল কেপছুল (১ মাহৰ পেক)

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্রিচার্জ ডি এইচ এ”

Your email address will not be published. Required fields are marked *