প্র’ডাক্টৰ বর্ণনা
নিউট্ৰিচাৰ্জ ৱ’মেন হৈছে ভাৰতত মহিলাৰ কাৰণে সৰ্ব প্ৰথম স্বাস্থ্য পৰিপূৰকয’ত আছে 50 টা মূল পৰিপোষক পদাৰ্থ যথাঃ 13 টা ভিটামিন আৰু 13 টা মিনাৰেল, 13 টা ফলৰপৰা আহৰিত, 6 টা ব’টানিকেল আৰু 5 টা এমিন’-এচিড।ই হৈছে এটা ষ্ট্ৰ’বেৰীৰ স্বাদযুক্ত টেবলেট, বেয়া গোন্ধ নাই।
কোনে গ্ৰহণ কৰিব পাৰিবঃ 14 বছৰ বয়সীয়া আৰু তাৰ উৰ্ধ মহিলাই
ডচেজঃ নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট চেকৰ সৈতে দৈনিক এটা টেবলেট গ্ৰহণ কৰক।
এম.আৰ.পি.: 30 টা টেবলেটৰ এটা পেকত 480 টকা (1 মাহৰ পেক)
নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট (ডয় পেক) ত আছে ডুপন্ট ইউএছএৰপৰা পৃথকীকৃত উচ্চ মানবিশিষ্ট চয় প্ৰ’টিন।ইয়াৰ প্ৰতি 100 গ্ৰামত 74% প্ৰ’টিন আছে।ই এটা ভেযেন প্ৰডাক্ট কিয়নো প্ৰ’টিনৰ উপাদান উদ্ভিদৰপৰা প্ৰাপ্ত আৰু কোনো গাখীৰ-যুক্ত উপাদান ব্যৱহাৰ কৰা হোৱা নাই।
ইয়াত তদুপৰি নেদাৰলেণ্ডৰপৰা আহৰণ কৰা প্ৰি-বাঅ’টিক ডায়েটেৰী ফাইবাৰ আৰু ফ্ৰান্সৰপৰা আহৰণ কৰা প্ৰকৃত ষ্ট্ৰ’বেৰী পাউদাৰ আছে, যিয়ে ইয়াক সুস্বাদু ষ্ট্ৰ’বেৰী প্ৰ’টিন চেকত পৰিণত কৰে।
কোনে গ্ৰহণ কৰিব পাৰিবঃ 14 বছৰ বয়সীয়া আৰু তাৰ উৰ্ধ মহিলাই
ডচেজঃ দৈনিক এগিলাচ পানী বা গাখীৰত এটা টোপোলা
এম.আৰ.পি.: প্ৰতি ডয় পেকত 825 টকা (প্ৰতিটো পেকত 15 টা টোপোলা)
মাহিলী পেকৰ বাবে 1650 টকা ( 30 টা টোপোলা)
প্ৰতিদিনে শক্তিশালী ব্ৰেকফাষ্ট লাভ কৰিবলৈ; আপোনাৰ দৈনিক প্ৰ’টিন, ভিটামিন, মিনাৰেল আৰু ফাইবাৰ (পিভিএমএফ)ৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে পুৱাই 1 গিলাচ নিউট্ৰিচাৰ্জ ষ্ট্ৰ’বেৰী প্ৰ’ডায়েট চেকৰ সৈতে 1 টা নিউট্ৰিচাৰ্জ ৱ’মেন টেবলেট গ্ৰহণ কৰিব।
পর্যালোচনা
এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ