Select Page
Nutricharge Prodiet shake

নিউট্ৰিচাৰ্জপ্ৰ’ডায়েট শ্বেক- কলৰ কেৰামেল, কফি হেজেলনাট

Rs. 1,900.00

এক ক্ষীপ্ৰ, সুবিধাজনক ও সুস্বাদু পুষ্টি শ্বেক মিশ্ৰণ যাক আপোনাৰ পুৱা ১০ বজাৰ ব্ৰেকফাষ্ট বা আবেলি ৪ বজাত জলপান বা ৰাতিৰ আহাৰৰ সময়ত গ্ৰহণ কৰিব পাৰি যিয়ে আপোনাৰ মিঠাৰ ক্ষুধা পূৰণ কৰিব পাৰে বা আপোনাৰ ভোকৰ যন্ত্ৰণা নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ইয়াত এক সু-সন্তুলিত পুষ্টি প্ৰদান কৰিবলৈ তিনিটা প্ৰ'টিন, প্ৰাকৃতিক প্ৰিবাঅ’টিক ফাইবাৰৰ লগতে ২৬ টা ভিটামিন ও খনিজ পদাৰ্থৰ উচ্চ মানবিশিষ্ট মিশ্ৰণ আছে।


Nutricharge Strawberry ProDiet (Doy Pack)

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

প্র’ডাক্টৰ বর্ণনা

নিউট্ৰিচাৰ্জপ্ৰ’ডায়েট শ্বেকে ১০ গ্ৰাম সম্পূৰ্ণ প্ৰ’টিন, ৪ গ্ৰাম প্ৰাকৃতিক প্ৰিবাঅ’টিক ফাইবাৰৰ লগতে ২৬ টা ভিটামিন ও খনিজ পদাৰ্থ আগবঢ়াইছে। ই দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ও হজম ক্ষমতাত সহায়, নিৰন্তৰ শক্তি প্ৰদান, সুস্থ পেশীৰ ভৰ বৃদ্ধি ও আপোনাক দীঘলীয়া সময়ৰ বাবে পূৰ্ণ কৰি ৰাখে। ই এক সম্পূৰ্ণ নিৰামিষ সামগ্ৰী য’ত কোনো কৃত্ৰিম ৰং ও স্বাদ নাই, ট্ৰেন্স-ফেট নাই, কোনো পৰিশোধিত শৰ্কৰা বা সংৰক্ষক নাই।

উপলব্ধ স্বাদ: কলৰ কেৰামেল, কফি হেজেলনাট

কোনে সেৱন কৰিব পাৰেঃ
১৮ বছৰৰ অধিক বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোক।

প্ৰস্তুত কৰিবলৈ সহজঃ:
1. এটা শ্বেকাৰত ২০০ মিলি ঠাণ্ডা গাখীৰ লওঁক

2. নিউট্ৰিচাৰ্জপ্ৰ’ডায়েট শ্বেকৰ এটা সম্পূৰ্ণ স্কুপ (২৫ গ্ৰাম) যোগ দিয়ক

3. ইয়াক ভালদৰে জোঁকাৰক

4. এতিয়া শ্বেকটো সেৱন কৰক

এমআৰপিঃ: প্ৰতি ৫০০ গ্ৰামৰ জাৰত ১৯০০/- টকা

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্ৰিচাৰ্জপ্ৰ’ডায়েট শ্বেক- কলৰ কেৰামেল, কফি হেজেলনাট”

Your email address will not be published. Required fields are marked *