Select Page

আমাৰ কোম্পানী সম্পর্কে

Trophic Wellness Logo

“ট্রফিক” হ’ল এটা গ্রীক শব্দ যাৰ অর্থ হৈছে পুষ্টি আৰু আমাৰ একমাত্র প্রচেষ্টা হ’ল বিশ্বমানৰ পুষ্টি আৰু সুস্থতাৰ প্র’ডাক্টবোৰৰ বিকাশ আৰু প্ৰম’চ’ন কৰা। আমি পুষ্টিক গুণমান আৰু কার্যকাৰিতাৰ পৰৱৰ্তী স্তৰলৈ লৈ যাবলৈ বিচাৰোঁ৷

ট্ৰফিক ৱেলনেছ হৈছে সমগ্ৰ পৃথিৱীৰ লাখ লাখ মানুহৰ দৈনিক জীৱন উন্নত কৰিবলৈ প্ৰমাণিত কাৰ্যকাৰিতাৰে চেষ্টা কৰা বিশ্বমানৰ পুষ্টিমূলক/ ডায়েটাৰি পৰিপূৰক আগবঢ়োৱা এটা কোম্পানী যিটোৱে উচ্চ মানৰ পুষ্টিমূলক আৰু ৱেলনেচ সামগ্ৰী আগবঢ়াবলৈ চেষ্টা কৰে৷

নিউট্রিচার্জ হ’ল ট্রফিক ওয়েলনেচৰ এটা পঞ্জীকৃত বাণিজ্য চিন আৰু এই ব্রেণ্ডটোৱে এক উচ্চ মানৰ, সম্ভাব্য উপকাৰী পুষ্টি পৰিপূৰকৰ প্রতিশ্রুতি দিয়ে আৰু স্বাস্থ্যবান আৰু ফিট হৈ থাকিবলৈ সুষম পুষ্টি অর্জনৰ বাবে মানুহক মূল্যবান অন্তর্দৃষ্টি প্ৰদান কৰে৷