Select Page
nutricharge-bj-clinically-proven2

নিউট্রিচার্জ বিজে (ক্লিনিকেলী প্রমাণিত)

Rs. 3,500.00

আঁঠুৰ জইন্টবিলাকৰ স্বাস্থ্য উন্নয়নৰ বাবে এক বিশেষ সম্পূৰক। ইয়াত আছে মিল্ক কেলচিয়াম, ৰোজিহিপ, গ্লুকোচেমাইন, ভিটামিন K27 আৰু বোচভেলিয়াৰ দৰে কিছুমান বাছনি কৰা পুষ্টি।

এইটোয়ে আঁঠুৰ জইন্টবিলাকৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতৰ লগতে আঁঠুৰ স্বাস্থ্যৰ উন্নয়নত সহায়তা কৰে, বিষ আৰু জ্বলনি হ্রাস কৰে আৰু অস্থিওথ্রাইটিচৰ আঁঠুৰ জইন্টবিলাকৰ গতিশীলতা আৰু কোমলতাক উন্নত কৰে।

নিয়মিয়াকৈ নিউট্রিচার্জ বিজে ব্যৱহাৰ কৰিলে আঁঠুৰ যুগ্ম চার্জাৰি এৰাব পাৰি আৰু বিষ পলমকৈ আৰম্ভ হয়। প্রাথমিক ফলাফলৰ বাবে এইটো অন্তত ৩ – ৬ মাহলৈকে খাব লাগে।


Nutricharge BJ (Clinically Proven)

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ বিজে কেটেগো

প্র’ডাক্টৰ বর্ণনা

আঁঠুৰ জইন্টবিলাকৰ স্বাস্থ্য উন্নয়নৰ বাবে এক বিশেষ সম্পূৰক। ইয়াত আছে মিল্ক কেলচিয়াম, ৰোজিহিপ, গ্লুকোচেমাইন, ভিটামিন K27 আৰু বোচভেলিয়াৰ দৰে কিছুমান বাছনি কৰা পুষ্টি।

এইটোয়ে আঁঠুৰ জইন্টবিলাকৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতৰ লগতে আঁঠুৰ স্বাস্থ্যৰ উন্নয়নত সহায়তা কৰে, বিষ আৰু জ্বলনি হ্রাস কৰে আৰু অস্থিওথ্রাইটিচৰ আঁঠুৰ জইন্টবিলাকৰ গতিশীলতা আৰু কোমলতাক উন্নত কৰে।

নিয়মিয়াকৈ নিউট্রিচার্জ বিজে ব্যৱহাৰ কৰিলে আঁঠুৰ যুগ্ম চার্জাৰি এৰাব পাৰি আৰু বিষ পলমকৈ আৰম্ভ হয়। প্রাথমিক ফলাফলৰ বাবে এইটো অন্তত ৩ – ৬ মাহলৈকে খাব লাগে।

কোনে খাব পাৰে: বয়স হোৱা বা ক্ষয়সাধনৰ বাবে আঁঠুৰ বিষত কষ্ট পোৱা মতা বা মাইকী মানুহে এইটো খাব পাৰে।
মাত্রা: নিতৌ এক গিলাচ পানীত এটা টেবলেট আৰু এটা ছেশ্ব মিহলাই খাব লাগে।
M.R.P .: ৩০ টা ছেশ্বে আৰু ৩০টা টেবলেটৰ দাম 3500 / –

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্রিচার্জ বিজে (ক্লিনিকেলী প্রমাণিত)”

Your email address will not be published. Required fields are marked *