Select Page
gainer-with-cocoa-prodiet-1
নিউট্রিচার্জ গেইনাৰ

নিউট্ৰিচাৰ্জ গেইনাৰ আৰু ক’ক’আ প্ৰ’ডায়েট ডয় পেক

Rs. 3,750.00

এগিলাচ গাখীৰত নিউট্ৰিচাৰ্জ গেইনাৰ আৰু নিউট্ৰিচাৰ্জ ক’ক’আ প্ৰ’ডায়েট (ডয় পেক) মিহলাই গ্ৰহণ কৰিলে বডি বিল্ডিঙত সহায়ক হৈ উঠে।
19 টা পৰিপোষক পদাৰ্থৰে সমৃদ্ধ নিউট্ৰিচাৰ্জ গেইনাৰত গাইৰ গাখীৰৰপৰা প্ৰস্তুত ঘিউ (ক্লেৰিফাইড বাটাৰ) ও থাকে।
নিউট্ৰিচাৰ্জ ক’ক’আ প্ৰ’ডায়েট (ডয় পেক) ত আছে ডুপন্ট ইউএছএৰপৰা পৃথকীকৃত উচ্চ মানবিশিষ্ট চয় প্ৰ’টিন।ইয়াৰ প্ৰতি 100 গ্ৰামত 74% প্ৰ’টিন আছে।
ইয়াত তদুপৰি নেদাৰলেণ্ডৰপৰা আহৰণ কৰা প্ৰি-বাঅ’টিক ডায়েটেৰী ফাইবাৰ আৰু বেলজিয়ামৰপৰা আহৰণ কৰা ক’ক’আ আছে।
গাখীৰত 1 হেতা নিউট্ৰিচাৰ্জ গেইনাৰ আৰু নিউট্ৰিচাৰ্জ ক’ক’আ প্ৰ’ডায়েট (ডয় পেক)ৰ 1 টা টোপোলা মিহলাই এগিলাচ সুস্বাদু চকলেট চেক প্ৰস্তুত কৰিব পাৰি।



Nutricharge Gainer and Cocoa ProDiet Doy Pack

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ গেইনাৰ আৰু প্র’ডায়েট কেটেগো ,

প্র’ডাক্টৰ বর্ণনা

এগিলাচ গাখীৰত নিউট্ৰিচাৰ্জ গেইনাৰ আৰু নিউট্ৰিচাৰ্জ ক’ক’আ প্ৰ’ডায়েট (ডয় পেক) মিহলাই গ্ৰহণ কৰিলে বডি বিল্ডিঙত সহায়ক হৈ উঠে।
19 টা পৰিপোষক পদাৰ্থৰে সমৃদ্ধ নিউট্ৰিচাৰ্জ গেইনাৰত গাইৰ গাখীৰৰপৰা প্ৰস্তুত ঘিউ (ক্লেৰিফাইড বাটাৰ) ও থাকে।
নিউট্ৰিচাৰ্জ ক’ক’আ প্ৰ’ডায়েট (ডয় পেক) ত আছে ডুপন্ট ইউএছএৰপৰা পৃথকীকৃত উচ্চ মানবিশিষ্ট চয় প্ৰ’টিন।ইয়াৰ প্ৰতি 100 গ্ৰামত 74% প্ৰ’টিন আছে।ইয়াত তদুপৰি নেদাৰলেণ্ডৰপৰা আহৰণ কৰা প্ৰি-বাঅ’টিক ডায়েটেৰী ফাইবাৰ আৰু বেলজিয়ামৰপৰা আহৰণ কৰা ক’ক’আ আছে।
গাখীৰ বা পানীত 1 হেতা নিউট্ৰিচাৰ্জ গেইনাৰ আৰু নিউট্ৰিচাৰ্জ ক’ক’আ প্ৰ’ডায়েটৰ 1 টা টোপোলা মিহলাই এগিলাচ সুস্বাদু চকলেট চেক প্ৰস্তুত কৰিব পাৰি।
কোনে গ্ৰহণ কৰিব পাৰিবঃ 12 বছৰ বয়সীয়া আৰু তাৰ উৰ্ধ পুৰুষ-মহিলাই
ডচেজঃ এগিলাচ গাখীৰত ১ হেতা নিউট্ৰিচাৰ্জ গেইনাৰ আৰু নিউট্ৰিচাৰ্জ ক’ক’আ প্ৰ’ডায়েট (ডয় পেক)ৰ ১ টা টোপোলা মিহলাইদৈনিক দুবাৰ।
এম.আৰ.পি.: ৫০০ গ্ৰামৰ বৈয়ামৰ বাবে 1500 টকা
এম.আৰ.পি.: প্ৰতি ডয় পেকত 1125 টকা (প্ৰতিটো পেকত 15 টা টোপোলা)
মাহিলী পেকৰ বাবে 2250 টকা ( 30 টা টোপোলা)

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্ৰিচাৰ্জ গেইনাৰ আৰু ক’ক’আ প্ৰ’ডায়েট ডয় পেক”

Your email address will not be published. Required fields are marked *