Select Page
নিউট্ৰিচাৰ্জ ক’কৱা প্ৰ’ডায়েট(ডয় পেক)

নিউট্ৰিচাৰ্জ ক’কৱা প্ৰ’ডায়েট(ডয় পেক)

Rs. 1,125.00

নিউট্ৰিচাৰ্জ ক’কৱা প্ৰ’ডায়েট(ডয় পেক)ত ডুপ’ন্ট ইউএছএৰ পৰা উচ্চ গুণসম্পন্ন চয় প্ৰ’টিন আইছলেট থাকে| ইয়াত প্ৰতি ১০০গ্ৰা.ত ৭৪% প্ৰ’টিন আছে| এইয়া এক ভেজান প্ৰদাক্ট, যিহেতুকে প্ৰ’টিন উদ্ভিদৰ পৰা লোৱা হয় আৰু কোনো-ধৰণৰ দুগ্ধ-জাতীয় প্ৰদাক্টসমূহ ব্যৱহাৰ কৰা নহয়|
তদুপৰি, ইয়াত নেদাৰলেণ্ড পৰা পূৰ্ব-বায়টিক খোৱা তন্তু আৰু বেলজিয়ামৰ পৰা ক’কৱা সংগ্ৰহ কৰা হয়|এক গিলাচ পানীত নিউট্ৰিচাৰ্জ ক’কৱা প্ৰ’ডায়েট(ডয় পেক)ৰ এক চাছেট বা সৰু পেকেট মিশ্ৰণ কৰা হয়, চেনী/মিঠা জাতীয় পদাৰ্থ যোগ কৰক, যদিহে সুস্বাদ চকলেট প্ৰ’টিন ছেক তৈয়াৰ কৰিব খোজে|

Nutricharge Cocoa ProDiet (Doy Pack)

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্ৰিচাৰ্জ ক’কৱা প্ৰ’ডায়েট(ডয় পেক) কেটেগো

প্র’ডাক্টৰ বর্ণনা

নিউট্ৰিচাৰ্জ ক’কৱা প্ৰ’ডায়েট(ডয় পেক)ত ডুপ’ন্ট ইউএছএৰ পৰা উচ্চ গুণসম্পন্ন চয় প্ৰ’টিন আইছলেট থাকে| ইয়াত প্ৰতি ১০০গ্ৰা.ত ৭৪% প্ৰ’টিন আছে| এইয়া এক ভেজান প্ৰদাক্ট, যিহেতুকে প্ৰ’টিন উদ্ভিদৰ পৰা লোৱা হয় আৰু কোনো-ধৰণৰ দুগ্ধ-জাতীয় প্ৰদাক্টসমূহ ব্যৱহাৰ কৰা নহয়|
তদুপৰি, ইয়াত নেদাৰলেণ্ড পৰা পূৰ্ব-বায়টিক খোৱা তন্তু আৰু বেলজিয়ামৰ পৰা ক’কৱা সংগ্ৰহ কৰা হয়|এক গিলাচ পানীত নিউট্ৰিচাৰ্জ ক’কৱা প্ৰ’ডায়েট(ডয় পেক)ৰ এক চাছেট বা সৰু পেকেট মিশ্ৰণ কৰা হয়, চেনী/মিঠা জাতীয় পদাৰ্থ যোগ কৰক, যদিহে সুস্বাদ চকলেট প্ৰ’টিন ছেক তৈয়াৰ কৰিব খোজে|
প্ৰতিদিনা এক শক্তিশালী জলপান গ্ৰহণ কৰক; আপোনাৰ দৈনন্দিনৰ প্ৰ’টিন, ভিটামিন, খনিজ আৰু তন্তু(পিভিএমএফ)ৰ প্ৰয়োজনীয়তা পৰিপূৰ্ণ কৰিবলৈ ৰাতিপুৱা ১টা নিউট্ৰিচাৰ্জ মেন টেবলেটৰ সৈতে ১ গিলাচ নিউট্ৰিচাৰ্জ ক’কৱা প্ৰ’ডায়েট ছেকত(প্ৰতি গ্লাচত ১ চাছেট) গ্ৰহণ কৰক|

কোনে গ্ৰহণ কৰে:
১৪ বছৰ বয়সৰ আৰু তাতকৈ বেছি বয়সৰ পুৰুষ

পালি:
দৈনিক এক গিলাচ পানীত ১ চাছেট বা সৰু পেকেট

পেকেজিং:
প্ৰতিটো ডয় পেকতে প্ৰতি ২০গ্ৰা. ত ১৫টা চেছেট বা সৰু পেকেট থাকে
প্ৰতি চেছেট বা সৰু পেকেটত প্ৰ’টিন থাকে ১৪.৮ গ্ৰা.

এম.আৰ.পি.:
ডয় পেকেট- 1125/-টকা

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্ৰিচাৰ্জ ক’কৱা প্ৰ’ডায়েট(ডয় পেক)”

Your email address will not be published. Required fields are marked *