Select Page
নিউট্রিচার্জ বায়োএজ

নিউট্রিচার্জ বায়োএজ

Rs. 1,500.00

নিউট্রিচার্জ বায়োএজ বিশেষভাবে তৈয়াৰী এক নিউট্রাচিউটিকেল য'ত আছে যকৃতক সুস্থতা প্ৰদান কৰা প্রাকৃতিক এক্সট্ৰেক্ট, প্রিবায়োটিকচ আৰু হজমৰ বাবে লাগতিয়াল এনজাইম। এইটোয়ে যকৃতক ৰক্ষা আৰু ৰিচার্জ কৰে আৰু মদ বা ধূমপান কৰাসকল, ৫০ বছৰ আৰু তাৰ বেছি বয়সৰ মানুহ বা হজম সংক্রান্ত বিষয়ত কষ্ট পোৱা মানুহ নাইবা যকৃতৰ সমস্যাত ভুগি থকা মানুহৰ হজম শক্তি উন্নতি কৰে।


Nutricharge BioAge

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ বায়োএজ কেটেগো

প্র’ডাক্টৰ বর্ণনা

নিউট্রিচার্জ বায়োএজ হ’ল ৫৩বিধ প্রাকৃতিক ভেষজ থকা এবিধ স্বাস্থ্য সম্পূৰক যিটোয়ে আমাৰ লিভাৰক মদ আৰু আমাৰ দেহৰ বিষাক্ত পদার্থৰ পৰা সুৰক্ষিত ৰাখে। পৰিপাক স্বাস্থ্য পুনৰুদ্ধাৰ কৰিবলৈ ইয়াত আছে ৩টা প্রি – আৰু প্র’বায়োটিক্স আৰু ১৬বিধ এনজাইম। যকৃত এটা অত্যন্ত লাগতিয়াল অঙ্গ আৰু ৫০০টাতকৈ বেছি কার্যৰ সৈতে যুক্ত।
যকৃত হ’ল আমাৰ দেহাৰ ৰাসায়নিক কাৰখানা আৰু বিভিন্ন উৎসৰ পৰা আমাৰ শৰীৰৰ ভিতৰলৈ সোমোৱা নানা বিধ বিষাক্ত পদার্থক বাহিৰ কৰি দেহাক বিষহীন কৰে। পাচক এনজাইম খাদ্য সামগ্ৰীক সঠিক ধৰণে হজম কৰিবলৈ সাহায্য কৰে আৰু প্রোবায়োটিকে আমাৰ অন্ত্ৰৰ স্বাস্থ্যৰ উন্নতিৰ বাবে কাম কৰে।

কোনে খাব পাৰে?
1. যিসকল মানুহে মদ খায় নাইবা ধূমপান কৰে
2. ৫০ বছৰ আৰু তাৰ বেছি বয়সৰ মানুহ
3. পৰিপাক বা যকৃতৰ সমস্যাত ভোগা মানুহ।
মাত্রা: প্রতিদিন দুপৰিয়া বা ৰাতি আহাৰ খোৱাৰ আধা ঘন্টা পিছত এক গিলাচ পানীৰে এটা নিউট্রিচার্জ বায়োএজ কোটেড টেবলেট খাব লাগে
MRP: ৩০টা টেবলেটৰ পেকৰ মূল্য ১৫০০ টকা (1 মাহৰপেক)

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্রিচার্জ বায়োএজ”

Your email address will not be published. Required fields are marked *