Select Page
নিউট্রিচার্জ ডিএইচএ টুইস্ট

নিউট্রিচার্জ ডিএইচএ টুইস্ট

Rs. 450.00

ভাৰতত প্রথমবাৰৰ বাবে আৰম্ভ হোৱা নিউট্রিচার্জ ডিএইচএ টুইস্ট কেপচুল হ'ল এক প্রকাৰৰ অনন্য প্রস্তুতপ্রণালী, য'ত আছে শিশুৰ মস্তিষ্ক বৃদ্ধি আৰু পৰিপক্কতাৰ বাবে গুৰুত্বপূর্ণ পুষ্টি ডিএইচএ ৫০ মিলিগ্রাম।
বৈজ্ঞানিক গৱেষক সকলে প্রমাণিত কৰিছে যে মা'কৰ পেটত থকাৰ সময়ৰ পৰা জন্মৰ ২ বছৰ বয়সলৈকে ডিএইচএ হ'ল শিশুৰ মস্তিস্ক বৃদ্ধি আৰু বিকাশৰ বাবে লাগতিয়াল এক জৰুৰী উপাদান। ডিএইচএ পৰিপূৰকে চকুৰ বিকাশ আৰু শিশুৰ শিকাৰ ক্ষমতাৰ ক্ষেত্রতো উল্লেখযোগ্য ভূমিকা লয়।


Nutricharge DHA Twist

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ ডিএইচএ টুইস্ট কেটেগো

প্র’ডাক্টৰ বর্ণনা

নিউট্রিচার্জ ডিএইচএ টুইষ্ট হ’ল স্ট্রবেৰি ভেনিলা ফ্লেভাৰেৰে সমৃদ্ধ ভেজিটেৰিয়ান ডিএইচএ-ৰ এটা ভেজ ছফট কেপচুল। একপাক মোহাৰি এই কেপচুলটো খুলিব পাৰি, ইয়াত আছে ৫০ মিলিগ্রাম ডিএইচএ, যিটো শিশুৰ মুখত উপৰমুৱাকৈ চেপি খুৱাব পাৰি।
নিউট্রিচার্জ ডিএইচএ টুইষ্ট পেকত ৩০টা কেপচুল এমাহৰ বাবে পাব আৰু এইটো এক সুৰক্ষিত চাইল্ড লক বটলত উপলব্ধ।

কোনে খাব পাৰে?
২ ৰ পৰা ৬ বছৰ বয়সৰ শিশু
ডোজঃ
২ বছৰ বয়সলৈকে শিশুক এটাকৈ নিউট্রিচার্জ টুইষ্ট কেপচুল মোহাৰি দিয়ক আৰু তাৰ টপ ফিডত জুলীয়া ডিএইচএ যুক্ত কৰক। দিনত এবাৰ দিব
২ বছৰৰ পৰা ৬ বছৰ বয়সলৈকে শিশুক এটাকৈ নিউট্রিচার্জ টুইষ্ট কেপচুল মোহাৰি দিয়ক আৰু তাৰ টপ ফিডত জুলীয়া ডিএইচএ যুক্ত কৰক। দিনত দুবাৰ দিব
MRP: Rs 450/-for a bottle of 30 Twist capsules.

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্রিচার্জ ডিএইচএ টুইস্ট”

Your email address will not be published. Required fields are marked *