Select Page
নিউট্রিচার্জ কেচৰ পিস্তা প্র'ডায়েট

নিউট্রিচার্জ কেচৰ পিস্তা প্র’ডায়েট

Rs. 1,080.00

নিউট্রিচার্জ কেচৰ পিস্তা প্র'ডায়েট হ'ল প্রাপ্ত বয়সীয়াল পুৰুষ আৰু মহিলাৰ বাবে এক প্রকাৰৰ স্বাস্থ্য সম্পূৰক, এইটো ৰিয়েল আইছ'লেটেড ছয়া প্র'টিন, ৰিয়েল ছেফ্রোন আৰু ৰিয়েল পিস্তাচিও –ৰে সমৃদ্ধ আছে।


Nutricharge Kesar Pista ProDiet

কেবলমাত্র RCMএর মাধ্যমে নিউট্রিচার্জ প্রোডাক্ট বিক্রি করা হয়।

SKU: নিউট্রিচার্জ কেচৰ পিস্তা প্র'ডায়েট কেটেগো

প্র’ডাক্টৰ বর্ণনা

ইয়াত আছে ৬৪% প্র’টিন লগতে আছে ৰিয়েল কেচৰ আৰু ৰিয়েল পিস্তাৰ সোৱাদ। নিউট্রিচার্জ কেচৰ পিস্তাত আছে এক এন্টিঅক্সিডেন্ট আচল কেচৰ, যিটো প্রাণশক্তি প্রদান কৰে আৰু বয়স সম্পর্কিত বেমাৰৰ প্রভাবক ৰোধ কৰে। নিউট্রিচার্জ কেচৰ পিস্তা হেলথ্‌ ড্রিংকত যুক্ত প্র’টিন মাংসপেশিৰ গঠন টান কৰাত সহায় কৰে আৰু শৰীৰক মজবুত ৰাখে। আচল পিস্তা হ’ল লাগতিয়াল ভিটামিন, খনিজ পদার্থ আৰু পুষ্টিৰ এটা পাৱাৰ হাউচৰ দৰে যিবোৰে সক্রিয় জীৱন ধাৰা অক্ষুন্ন ৰখাত সহায় কৰে।

কোনে খাব পাৰে?
নিউট্রিচার্জ কেচৰ পিস্তা হ’ল এটা শুদ্ধ নিৰামিশ, প্রাপ্ত বয়সীয়াল পুৰুষ আৰু মহিলাৰ বাবে এক আদর্শ হেলথ্‌ ড্রিংক।
মাত্রা: এক চামুচ (১০ মিলিগ্রাম) নিউট্রিচার্জ কেচৰ পিস্তা পাউডাৰ গৰম নাইবা ঠাণ্ডা গাখীৰ আৰু সোৱাদৰ মতে মিঠা/চেনিৰ সৈতে এটা গিলাচত মিহলাই দীর্ঘ দিনলৈকে নিতৌ এবাৰকৈ খাব লাগে।
MRP: টকা ২০০ গ্রামৰ টিনৰ মূল্য 1080/- টকা

পর্যালোচনা

এতিয়ালৈকে কোনো পৰ্যালোচনা নাইঃ

প্রথম পর্যালচনা কৰক, উত্তৰ বাতিল কৰক। “নিউট্রিচার্জ কেচৰ পিস্তা প্র’ডায়েট”

Your email address will not be published. Required fields are marked *